মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা ইতিহাস আৰু পূৰাতত্ব অধ্যয়ন সঞ্চালকালয়

সংগ্ৰহৰ তালিকা

  • প্ৰাচীন পাণ্ডুলিপি– ২৮১৯খন
  • মূল্যবান গ্ৰন্থ (পুথিভঁড়াল) – ২০,৬৮০খন
  • অতিকে পুৰণি বাতৰি কাকত– ১৫৮টা খণ্ড
    1. সাদিনীয়া অসমীয়া– ১৯২২ চনৰ পৰা ১৯৫৬ চন পৰ্যন্ত (৫৫টা খণ্ড)
    2. তিনিদিনীয়া অসমীয়া– ১৯৩০ চনৰ পৰা ১৯৯৪ চন পৰ্যন্ত (২৯টা খণ্ড)
    3. দৈনিক অসমীয়া– ১৯৪৬ৰ পৰা ১৯৪৯ চন পৰ্যন্ত (১৮টা খণ্ড)
    4. নতুন অসমীয়া– ১৯৪৯ চনৰ পৰা ১৯৮১ চন পৰ্যন্ত (৬২টা খণ্ড)
  • পুৰণি মুদ্ৰা– ৩৭৬টা
  • তামৰ ফলি– ১৬খন
  • অনুলিখন– ৩০০খন
  • আহোম আৰু টাই পাণ্ডুলিপি– ২৪০খন